The Last Lesson by Alphonse Daudet ~ Translated by Jatindra Nath Dowara || মোৰ শেষ পাঠ ||

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • Alphonse Daudet ৰ The Last Lesson গল্পটি AHSEC ৰ দ্বাদশ শ্ৰেণী ইংৰাজী পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে । বহু বছৰ আগেয়ে হাইস্কুল পৰ্য্যায়ৰ অসমীয়া কিতাপত যতীন্দ্ৰনাথ দুৱৰাই কৰা অসমীয়া ভাবানুবাদ অন্তৰ্ভুক্ত হৈছিল । বৰ্তমান সেই অসমীয়া অনুবাদ বিচাৰি পাবলৈ নাই । গতিকে সকলোৰে বাবে সেই পাঠ আগবঢ়াই দিলো ।
    #The_Last_Lesson #12thAHSEC #NoCAA
    এই গল্পটিৰ প্ৰাসংগিকতা বৰ্তমান আমি উপলব্ধি কৰাৰ প্ৰয়োজন অধিক ।

Комментарии • 5

  • @lokhimeboruahlokhimeboruah4205
    @lokhimeboruahlokhimeboruah4205 4 года назад +5

    এইটোও ভালেই লাগিছে।কিন্তু আপুনি নিজে কৰা অনুবাদটো মোৰ বেছি ভাল লাগিছিল।বৰ হৃদয়স্পৰ্শ কাহিনী।আকৌ এটা নতুন ভিডিঅ'লৈ আশাৰে ৰ'লো।

    • @Afughat
      @Afughat  4 года назад

      ধন্যবাদ

  • @money_money_92
    @money_money_92 3 года назад +1

    🙏

  • @adventuredreamworld8091
    @adventuredreamworld8091 3 года назад +1

    বঢ়িয়া ।।।

    • @Afughat
      @Afughat  3 года назад

      ধন্যবাদ !